শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

683
  • অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • কমাৰগাঁৱৰ বছাপথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় তেওঁৰ বাহন।
  • তেওঁৰ দুখন বাহনত শিলভৰ্তি ডাম্পাৰৰ খুন্দা।
  • দুৰ্ঘটনাত পত্নীসহ বিৰোধী দলপতিজন সামান্য আঘাতপ্ৰাপ্ত।

  • তেওঁৰ এ এছ০১ ডিভি ৫৮১৯ নম্বৰৰ মহিন্দ্ৰা বাহন আৰু ডিএল-৩ চিবিডি-১১৯৪ নম্বৰৰ ইন’ভা বাহন দুখন দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত দুয়োখন বাহনেই সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হয়।
  • শিলভৰ্তি ডাম্পাৰ খনৰ নাই শিল কঢ়িওৱাৰ চালান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি