কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
  • অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • কমাৰগাঁৱৰ বছাপথাৰত দুৰ্ঘটনাগ্ৰস্ত হয় তেওঁৰ বাহন।
  • তেওঁৰ দুখন বাহনত শিলভৰ্তি ডাম্পাৰৰ খুন্দা।
  • দুৰ্ঘটনাত পত্নীসহ বিৰোধী দলপতিজন সামান্য আঘাতপ্ৰাপ্ত।
  • তেওঁৰ এ এছ০১ ডিভি ৫৮১৯ নম্বৰৰ মহিন্দ্ৰা বাহন আৰু ডিএল-৩ চিবিডি-১১৯৪ নম্বৰৰ ইন'ভা বাহন দুখন দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত দুয়োখন বাহনেই সামান্য পৰিমাণে ক্ষতিগ্ৰস্ত হয়।
  • শিলভৰ্তি ডাম্পাৰ খনৰ নাই শিল কঢ়িওৱাৰ চালান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in