শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ...  •  ৰহাত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা...  •  অভয়াপুৰীত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখতে আছুৱে জ্বলালে মোডী-সোণোৱালৰ প্ৰতিকৃতি... VIDEO  •  লখিমপুৰৰ বগীনদী সদৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ঘৰ্মঘট...  •  কটনিয়ানৰ আহ্বানত গুৱাহাটীত সমবেত হ'ল সহস্ৰাধিক কেব বিৰোধী ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ, বুদ্ধিজীৱী, সাংবাদিক, VIDEO  •  গেলাবিল আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীঃ কেব গৃহীত কৰিলে সমগ্ৰ অসম জ্বলাৰ হুংকাৰ  •  মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত গৰু সৰবৰাহকাৰী  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দৰং জিলা সাহিত্য সভাৰ অবস্থান ধৰ্মঘট  •  বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান  •  হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…

১ অক্টোবৰলৈ ন্যায়িক জিম্মাত ৰখা হ’ব কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক…

237
  • কংগ্ৰেছ নেতা ডি কে শিৱাকুমাৰক ন্যায়িক জিম্মালৈ প্ৰেৰণ।
  • দিল্লীৰ ৰৌজি এভেনিউ ক’ৰ্টে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে কংগ্ৰেছ নেতাগৰাকীক।
  • জিম্মাত লোৱাৰ পূৰ্বে তেওঁক চিকিৎসালয়লৈ নিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে।
  • যদি চিকিৎসকে তেওঁক হাস্পতালত ভৰ্তি কৰাৰ বাবে জনাই তেন্তে তেওঁক ভৰ্তি কৰা হ’ব হাস্পতালত।
  • নহ’লে শিৱাকুমাৰক তিহাৰ জে’ললৈ লৈ যোৱা হ’ব।
  • অহা ১ অক্টোবৰলৈ ন্যায়িক জিম্মাত থাকিব কংগ্ৰেছ নেতাগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি