চিলিণ্ডাৰ বিস্ফোৰণ, নিহত ১১

চিলিণ্ডাৰ বিস্ফোৰণ, নিহত ১১
  • উত্তৰ প্ৰদেশৰ বলিদপুৰ নগৰত চিলিণ্ডাৰ বিস্ফোৰণ।
  • সোমবাৰে পুৱা ৬.৪৫ বজাত এই বিস্ফোৰণ।
  • বিস্ফোৰ্‌ত ক্ষতিগ্ৰস্থ হয় ৩ টাকৈ ঘৰ।
  • বিস্ফোৰণৰ ফলত ঘৰৰ চাদ খঁহি পৰি ১১ জন লোকৰ মৃত্যু।
  • মুঠ ২৩ জন লোক হৈছে আহত।
  • বৰ্তমানেও আৰক্ষীয়ে চলাই আছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in