মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক
  • মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • সোমবাৰে কংগ্ৰেছ অধ্যক্ষা ছোনীয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠক।
  • বৈঠকত উপস্থিত আছে জ্যেষ্ঠ নেতা আহমেদ পেটেল, কে চি বেণুগোপাল।
  • জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেও উপস্থিত আছে এই বৈঠকত।
  • বৈঠকত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা।
  • উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পালেও এতিয়াও গঠন হোৱা নাই চৰকাৰ।
  • শিৱসেনা আৰু বিজেপিৰ মাজত মুখ্যমন্ত্ৰী পদক লৈ চলা মতানৈক্যৰ পৰিপ্ৰেক্ষিত এতিয়াও নিশ্চিত হোৱা নাই চৰকাৰ গঠন।
  • যদি কোনো দলেই চৰকাৰ গঠন কৰিবলৈ সক্ষম নহয়, তেন্তে ৰাষ্ট্ৰপতি শাসনো চলিব পাৰে মহাৰাষ্ট্ৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in