ডিব্ৰুগড়ত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ শিথিল সান্ধ্য আইন…

  • CAA কেইবাদিনো ধৰি প্ৰতিবাদমুখৰ হৈ থকা ডিব্ৰুগড় জিলাতো ক্ৰমান্বয়ে ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ।
  • শনিবাৰে পুৱাই বজাৰ-সমাৰৰ বাবে ৰাইজ ওলাই অহাৰ লগতে খোলা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ।
  • ইফালে শনিবাৰে পুৱা ৮ বজাৰ দুপৰীয়া ২ বজালৈ জিলাখনত জাৰি হৈ থকা সান্ধ্য আইন কৰা হৈছে শিথিল।
  • ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাই সংবাদ মাধ্যমক জনাইছে এই কথা।
  • ইফালে, যোৱা শুকুৰবাৰে চি আৰ পি এফৰ লাঠি চালনাত আহত হোৱা এজন যুৱকৰ মৃত্যু হৈছে ডিব্ৰুগড়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in