শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ দিল্লীত শুক্ৰবাৰে নিশা ১০ বজাৰ পৰা সান্ধ্য আইন ঘোষণা…

199
  • দিল্লীত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ শুক্ৰবাৰে নিশা ১০ বজাৰ পৰা দিল্লীত সান্ধ্য আইন ঘোষণা ।
  • সোমবাৰে সন্ধিয়া ৬ বজালৈ দিল্লীত অব্যাহত থাকিব নৈশ সান্ধ্য আইন ।
  • ইফালে কোভিডৰ ভয়াবহতাৰ বাবে দিল্লীত বন্ধ থাকিব মল,জীম আদি ।
  • হোটেল সমূহে হোম ডেলিভাৰী কৰিব পাৰিব বুলি সংবাদমেল যোগে জনাই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
  • চিনেমা হ’ল বোৰ ৩০ শতাংশ দৰ্শকেৰে খোলা ৰাখিব পাৰিব বুলি সংবাদ মেলত কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি