চিত্রশিল্পী চন্দ্রকমল গগৈলৈ ‘বিষ্ণু ৰাভা বঁটা’, মৃদুলা বৰুৱালৈ ‘পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা’…

চিত্রশিল্পী চন্দ্রকমল গগৈলৈ ‘বিষ্ণু ৰাভা বঁটা’, মৃদুলা বৰুৱালৈ ‘পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা’…
  • সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ সংবাদমেল।
  • সংবাদ মেলত ঘোষণা বহু কেইটা বঁটা প্ৰাপকৰ নাম।
  • নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্রশিল্পী চন্দ্রকমল গগৈলৈ আগবঢ়োৱা হৈছে 'বিষ্ণু ৰাভা বঁটা'।
  • নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ আগবঢ়োৱা হৈছে 'কালীচৰণ ব্রহ্ম ৰাষ্ট্রীয় বঁটা'।
  • গৱেষক-পণ্ডিত ড০ নৰেন কলিতালৈ আগবঢ়োৱা হৈছে 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্রীয় বঁটা'।
  • লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্যলৈ 'আজান পীৰ ৰাষ্ট্রীয় বঁটা' ঘোষণা।
  • বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱালৈ আগবঢ়োৱা হৈছে 'পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা'।
  • লেখিকা ইলা বৰগোহাঁইলৈ 'অমলপ্রভা দাস বঁটা'।
  • লীলাৱতী কুশ্রেলৈ 'চন্দ্রপ্রভা শইকীয়ানী বঁটা'।
  • ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰীলৈ 'মামণি ৰয়ছম গোস্বামী বঁটা'।
  • সাহিত্যিক ছবিলাল উপাধ্যায়লৈ 'চৈয়দ আব্দুল মালিক বঁটা'।
  • অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ 'আহমদ আলী বাঁশকান্দি বঁটা'।
  • কবি বংশী বৰালৈ 'গণেশ গগৈ বঁটা'।
  • সমাজ সেৱক হেমন্ত গোহাঁইলৈ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা'।
  • নৃত্য-শিল্পী ননী বৰুৱালৈ 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in