কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক

  • পশ্চিম বংগৰ কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ সন্ত্ৰাস৷
  • এখন ব্যক্তিগত বিদ্যালয়ত প্ৰৱেশ কৰি গুলীচলান এটা দুৰ্বৃত্তৰ দলৰ৷
  • কোচবিহাৰৰ দিনহাটাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হয় এই ঘটনা৷
  • দুৰ্বৃত্তৰ গুলীচালনাত আহত হয় বিদ্যালয়খনৰ দুগৰাকী শিক্ষক৷
  • এতিয়াও জানিব পৰা হোৱা নাই দুৰ্বৃত্তৰ আক্ৰমণৰ কাৰণ৷
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in