শেহতীয়া খবৰ
ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...  •  দিল্লী আৰক্ষীৰ নতুন আয়ুক্তৰূপে এছএন শ্ৰীবাস্তৱক নিযুক্তি…  •  কোনে হত্যা কৰিছিল দিল্লীৰ চোৰাংচোৱা বিষয়া অংকিত শৰ্মাক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ বিস্ফোৰক তথ্য...  •  যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...

আইপিএল ২০১৯ৰ প্ৰথমখন মেচতে নিশ্চিত বিজয় চেন্নাই চুপাৰ কিংগছৰ

348
  • আইপিএল ২০১৯ৰ প্ৰথমখন মেচতে নিশ্চিত বিজয় চেন্নাই চুপাৰ কিংগছৰ।
  • ৭১ ৰানৰ লক্ষ্যৰে ৰণত অৱৰ্তীৰ্ণ হৈ ১৭.৪ অভাৰত ৭ উইকেটত জয়লাভ ধোনী বাহিনীৰ।
  • চিএছকেৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে অম্বতি ৰায়ুডু (২৮)য়ে।

IPL 2019, CSK vs RCB, Match 1 pics

  • খেলৰ অন্তিম মুহূৰ্তলৈকে নট আউট হৈ ৰয় কেদাৰ যাদৱ (১৩) আৰু ৰবিন্দ্ৰ জাডেজা (৬)।
  • হৰভজন সিঙক মেন অৱ দ্য মেচ প্ৰদান।
  • প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।
  • ১৭.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৭০ ৰান সংগ্ৰহ কৰিছিল কোহলী বাহিনীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি