বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন…

বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন…
  • বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন ।
  • সন্ধানহীন জোৱানজন ১ নং বহিখোৱাৰ জয়ন্ত দলে ।
  • কৰ্মস্থানৰ পৰা নিজ গৃহলৈ অহাৰ পথত গুৱাহাটীৰ পৰা সন্ধানহীন জোৱানজন ।
  • জন্মু কাশ্মীৰৰ শ্রী নগৰত কৰ্মৰত আছিল জোৱানজন ।
  • ২২ ফেব্রুৱাৰীৰ পৰাই সন্ধানহীন জোৱানজন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in