শেহতীয়া খবৰ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ চিআৰপিএফ জোৱান…

185
  • জম্মু-কাশ্মীৰত পুনৰ চিআৰপিএফ বাহিনীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
  • চৌপৰেত চলোৱা এই আক্ৰমণত এজন এজন চিআৰপিএফ জোৱানৰ মৃত্যু হয়।
  • ইফালে এজন অসামৰিক লোকৰো মৃত্যু হয়।
Image
  • আনহাত আহত হৈছে ৩ চিআৰপিএফ জোৱান।
  • ইয়াৰে ২ আহত জোৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি