মথাউৰি নিৰ্মাণৰ নামত ২০ কোটি টকা আত্মসাৎ, তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

মথাউৰি নিৰ্মাণৰ নামত ২০ কোটি টকা আত্মসাৎ, তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
  • ৰাজ্যৰ জলসম্পদ বিভাগৰ কোটি টকীয়া কেলেংকাৰী।
  • লখিমপুৰ, ধেমাজি জিলাত সংঘটিত কেলেংকাৰীক লৈ তদন্তৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
  • ২০১১-১৮ৰ ভিতৰত মথাউৰি নিৰ্মাণত সংঘটিত এই কেলেংকাৰী।
  • ২০ কোটি টকাৰ আত্মসাৎ কৰিছিল এই সময়চোৱাত।
  • মথাউৰি নিৰ্মাণ, পাৰ্কুপাইনৰ ব্যৱস্থাৰ নামত ধন আত্মসাৎ।
  • কাৰ্যবাহী অভিযন্তা, ঠিকাদাৰে মিলি ধন আত্মসাৎ কৰাৰ অভিযোগ।
  • জেৰক্স কৰা বিল দাখিল কৰি উলিয়াইছিল প্ৰায় ডেৰ কোটি টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in