ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত…

ঘৰৰ মজিয়াত ওলাল ঘৰিয়াল, তাৰ পিছত…
  • গুজৰাটৰ বৰোদৰাত অদ্ভূত ঘটনা।
  • বৰোদৰাৰ ৰাৱাল গাঁৱৰ ৱাঘোদিয়া তালুকাৰ এঘৰৰ মজিয়াত ওলাল ঘৰিয়াল।
  • দীৰ্ঘসময় ধৰি ঘৰটোৰ ভিতৰত সোমাই আছিল ঘৰিয়ালটো।
  • ঘৰিয়ালটোক লৈ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ মাজত চাঞ্চল্য।
  • পিছত বন্য প্ৰাণী উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ কৰে ঘৰিয়ালটো।
  • ঘৰিয়ালটো ক'ৰ পৰা আহি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে তাক লৈ চলিছে আলোচনা।
  • সমীপৰ এখন নৈৰ পৰা উঠি আহি ঘৰিয়ালটোৱে গৃহত প্ৰৱেশ কৰা বুলি সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in