উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ বিচাৰি মহানগৰীৰ ছাবিপুলত অভিযান

উগ্ৰতাৰা দেৱালয়ৰ চুৰি বিগ্ৰহ বিচাৰি মহানগৰীৰ ছাবিপুলত অভিযান
  • উগ্ৰতাৰা দেৱালয়ৰ চুৰি হোৱা বিগ্ৰহৰ সন্ধান বিচাৰি অভিযান।
  • মহানগৰীৰ ছাবিপুলত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
  • ছাবিপুলৰ কাৱাৰীৰ দোকানত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান।
  • দোকানৰ কৰ্মচাৰী আৰু অভিযুক্তক লগত লৈ অভিযান চলালে ক্ৰাইম ব্ৰাঞ্চে।
  • ১৫ নৱেম্বৰত চোৰে লুটিছিল দেৱালয়ৰ মূল বিগ্ৰহ।
  • বৰ্তমালৈকে ঘটনাত জড়িতৰ অভিযোগত ৮জনক গ্ৰেপ্তাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in