ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি বিৰাট কোহলীৰ…

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি বিৰাট কোহলীৰ…
  • ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল'ব বিৰাট কোহলীয়ে।
  • টুইটাৰযোগে শনিবাৰে এই কথা জনাই কোহলীয়ে।
  • দক্ষিণ আফ্ৰিকাত টেষ্ট ছিৰিজত পৰাস্ত হোৱাৰ পাছতে এই সিদ্ধান্ত ক্ৰিকেটাৰ গৰাকীৰ।
  • পূৰ্বে টি-২০ বিশ্বকাপৰ পাছতো এনেদৰে অধিনায়ক পদৰ পৰা অব্যাহতি লৈছিল তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in