শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি বিৰাট কোহলীৰ…

  • ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলীয়ে।
  • টুইটাৰযোগে শনিবাৰে এই কথা জনাই কোহলীয়ে।
  • দক্ষিণ আফ্ৰিকাত টেষ্ট ছিৰিজত পৰাস্ত হোৱাৰ পাছতে এই সিদ্ধান্ত ক্ৰিকেটাৰ গৰাকীৰ।
  • পূৰ্বে টি-২০ বিশ্বকাপৰ পাছতো এনেদৰে অধিনায়ক পদৰ পৰা অব্যাহতি লৈছিল তেওঁ।
Image