ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াৰ অস্ত্ৰোপচাৰ সম্পন্ন…

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়াৰ অস্ত্ৰোপচাৰ সম্পন্ন…
  • ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়াৰ অস্ত্ৰোপচাৰ সম্পন্ন।
  • লণ্ডনত কৰা হয় খেলুৱৈগৰাকীৰ পিঠিৰ অস্ত্ৰোপচাৰ।
  • পিঠিত আঘাত হোৱাৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট মেচত খেলিব নোৱাৰে তেওঁ।
  • শনিবাৰে ইনষ্টাগ্ৰামত নিজৰ ফটো শ্বেয়াৰ কৰে হাৰ্দিক পাণ্ডেয়াই।
  • ফটো কেইখনৰ লগতে তেওঁ লিখে-
  • 'অস্ত্ৰোপচাৰ সম্পন্ন হ'ল। সকলোৰে আশীৰ্বাদৰ বাবে ধন্যবাদ।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in