২০২৮ৰ অলিম্পিকত ক্ৰিকেট…

২০২৮ৰ অলিম্পিকত ক্ৰিকেট…
  • অলিম্পিকত অন্তৰ্ভূক্ত হ'ব ক্ৰিকেট।
  • ২০২৮ চনৰ লছ এঞ্জেলছত অনুষ্ঠিত হ'বলগা অলিম্পিকৰ বাবে চলি আছে প্ৰস্তুতি।
  • বিশ্বৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাতেই ক্ৰিকেট অন্তৰ্ভূক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
  • এই সন্দৰ্ভত চলি আছে আলোচনা।
  • সোমবাৰে মেৰিলিব'ন ক্ৰিকেট ক্লাৱৰ বিষয় ববীয়াক এই কথা জনালে আইচিচিয়ে।
  • ক্লাৱটোৰ অধ্যক্ষ মাইক গেটিঙৰ মতে সেই ক্ষণৰ প্ৰতিক্ষাত তেওঁলোক।
  • দীৰ্ঘদিন ধৰি অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভূক্তিৰ দাবী উত্থাপন হৈ আহিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in