শেহতীয়া খবৰ
ৰাজ্যত পুনৰ কোভিড-১৯ত আক্ৰান্ত এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  বিশ্বনাথত কোভিড ৱাৰ্ডত কাম কৰা এগৰাকী নাৰ্ছৰ দেহত কোৰোনা...  •  কোকৰাঝাৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১০ জনলৈ বৃদ্ধি...  •  অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...

২০২৮ৰ অলিম্পিকত ক্ৰিকেট…

1,079
  • অলিম্পিকত অন্তৰ্ভূক্ত হ’ব ক্ৰিকেট।
  • ২০২৮ চনৰ লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগা অলিম্পিকৰ বাবে চলি আছে প্ৰস্তুতি।
  • বিশ্বৰ এই বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাতেই ক্ৰিকেট অন্তৰ্ভূক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
  • এই সন্দৰ্ভত চলি আছে আলোচনা।
  • সোমবাৰে মেৰিলিব’ন ক্ৰিকেট ক্লাৱৰ বিষয় ববীয়াক এই কথা জনালে আইচিচিয়ে।
  • ক্লাৱটোৰ অধ্যক্ষ মাইক গেটিঙৰ মতে সেই ক্ষণৰ প্ৰতিক্ষাত তেওঁলোক।
  • দীৰ্ঘদিন ধৰি অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভূক্তিৰ দাবী উত্থাপন হৈ আহিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি