শেহতীয়া খবৰ
ঢকুৱাখনাত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে বিজেপিৰ কাৰ্যালয়...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...

ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ…

3,459

ডিজিটেল ডেস্কঃ ২০১৯ৰ ক্ৰিকেট বিশ্বকাপ দখল কৰিলে ইংলেণ্ডে। প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী হাতত লৈ আৱেগিক হৈ পৰিছিল ইংলেণ্ড ক্ৰিকেট দলৰ সকলো সদস্য। ইংলেণ্ডক এই বিশ্বকাপ উপহাৰ দিয়াৰ ক্ষেত্ৰত জ’ফ্ৰা আৰ্চৰে পালন কৰিছিল বিশেষ ভূমিকা। দুৰ্দান্ত বলিঙেৰে ছুপাৰ অভাৰত নিউজীলেণ্ডক পৰাভূত কৰা এই বলাৰ গৰাকীৰ এটা খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে।

 अपनी तूफानी गेंदबाजी से विरोधियों के होश उड़ाने वाले जोफ्रा आर्चर भले ही मैदान पर बेहद शांत नजर आते हैं. भले ही इस गेंदबाज ने वर्ल्ड कप फाइनल में सुपरओवर में अच्छी गेंदबाजी कर इंग्लैंड को वर्ल्ड चैंपियन बनाया लेकिन इस पूरे टूर्नामेंट के दौरान वो बहुत बड़े सदमे से जूझ रहे थे. दरअसल वर्ल्ड कप शुरू होने के अगले ही दिन उनके चचेरे भाई एशेंटियो ब्लैकमैन का मर्डर कर दिया गया था.

যি সময়ত আৰ্চাৰে খেলপথাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেল খেলি আছিল সেই সময়ত ভিতৰি খুবেই অশান্তিত আছিল খেলুৱৈগৰাকী। কিয়নো ফাইনেলৰ এদিনৰ পূৰ্বে দুৰ্বৃৰ্ত্তই হত্যা কৰিছিল আৰ্চাৰৰ একমাত্ৰ ভাতৃক।

 एशेंटियो बारबाडोस के सेंट फिलिप में रहते थे, जहां 31 मई की रात 8 बजकर 25 मिनट पर उनका मर्डर कर दिया गया. मीडिया रिपोर्ट्स के मुताबिक एशेंटियो पर 8 गोलियां दागी गई. जिस दौरान ये घटना हुई उस वक्त उनकी गर्लफ्रेंड और 4 साल का बच्चा घर के अंदर थे.

এই ঘটনাই আৰ্চাৰক খুবেই মৰ্মাহত কৰিছিল। ফিলিপত থকা ভাতৃৰ মৃত্যুৰ খবৰ শুনিও অতি ধৈৰ্যৰে খেলত মনোনিৱেশ কৰিছিল আৰ্চাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৮ টা গুলীৰে হত্যা কৰা হৈছিল আৰ্চাৰৰ ভাতৃক। সেই সময়ত পত্মীৰ লগতে ৪ বছৰীয়া সন্তানো উপস্থিত আছিল ঘটনাস্থলীত।

 बारबाडोस टुडे में छपी खबर के मुताबिक एशेंटियो की किसी से कोई रंजिश नहीं थी. वो बेहद शांत स्वभाव के शख्स थे. वो रात को भी कहीं बाहर नहीं जाते थे. उनकी हत्या के पीछे की वजहों का अबतक कोई खुलासा नहीं हुआ है.
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি