ভাৰত -ইংলেণ্ডৰ তৃতীয় টেষ্টৰ পূৰ্বে কোহলীক কি অসুবিধাত পেলালে ঋষভ পন্টে VIDEO…

ভাৰত -ইংলেণ্ডৰ তৃতীয় টেষ্টৰ পূৰ্বে কোহলীক কি অসুবিধাত পেলালে ঋষভ পন্টে VIDEO…

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা মোতেৰাত অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় খন টেষ্ট খেল । খেল খঘন দিবা-নৈশ হোৱা বাবে গুলপীয়া বলেৰে খেল খন খেলা হ'ব । দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ খেলখনত জয়লাভৰ বাবে অব্যাহত ৰাখিছে অনুশীলন ।

ভাৰতীয় ক্ৰিকেট দলে কিদৰে অনুশীলন কৰিছে সেয়া এক ভিডিও যোগে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে বিচিচিআইয়ে ।অনুশীলন ভাৰতীয় দলৰ বেটছমেন তথা উইকেটকীপাৰ ঋষভ পন্টক এক বেলেগ ৰূপত দেখা পোৱা গৈছে । পন্টে অনুশীলনৰ সময়ত অনুশীলন ব্যস্ত হৈ থকা বিৰাট কোহলী আৰু অন্যান্য খেলুৱৈ সকলৰ অনুশীলনত অসুবিধাৰ সৃষ্টি কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in