শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

ভাৰত -ইংলেণ্ডৰ তৃতীয় টেষ্টৰ পূৰ্বে কোহলীক কি অসুবিধাত পেলালে ঋষভ পন্টে VIDEO…

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা মোতেৰাত অনুষ্ঠিত হ’ব ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় খন টেষ্ট খেল । খেল খঘন দিবা-নৈশ হোৱা বাবে গুলপীয়া বলেৰে খেল খন খেলা হ’ব । দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ খেলখনত জয়লাভৰ বাবে অব্যাহত ৰাখিছে অনুশীলন ।

ভাৰতীয় ক্ৰিকেট দলে কিদৰে অনুশীলন কৰিছে সেয়া এক ভিডিও যোগে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে বিচিচিআইয়ে ।অনুশীলন ভাৰতীয় দলৰ বেটছমেন তথা উইকেটকীপাৰ ঋষভ পন্টক এক বেলেগ ৰূপত দেখা পোৱা গৈছে । পন্টে অনুশীলনৰ সময়ত অনুশীলন ব্যস্ত হৈ থকা বিৰাট কোহলী আৰু অন্যান্য খেলুৱৈ সকলৰ অনুশীলনত অসুবিধাৰ সৃষ্টি কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি