শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

মহিলা টি-২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত টীম ইণ্ডিয়াৰ…

215
  • মহিলা টি-২০ বিশ্বকাপত ধাৰাবাহিকভাৱে দ্বিতীয়খন মেচত বিজয়ী টীম ইণ্ডিয়া।
  • সোমবাৰে বাংলাদেশক ১৮ ৰানত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই।
  • টীম ইণ্ডিয়াই টছত হাৰি প্ৰথমে বেটিং কৰি ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪২ ৰান।
  • ভাৰতৰ হৈ শ্বফালী বৰ্মাই সংগ্ৰহ কৰে সৰ্বাধিক ৩৯ৰান।
  • ইয়াৰ বিপৰীতে, নিৰ্ধাৰিত ২০ অভাৰত বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৪ ৰান।
  • ভাৰতৰ পুনম যাদৱে দখল কৰে ৩ টা উইকেট।
  • উল্লেখ্য যে, বিশ্বকাপত পৰৰ্ৱতী খেলখন ভাৰতে খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি