মহিলা টি-২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত টীম ইণ্ডিয়াৰ…

মহিলা টি-২০ বিশ্বকাপত জয়ৰ ধাৰা অব্যাহত টীম ইণ্ডিয়াৰ…
  • মহিলা টি-২০ বিশ্বকাপত ধাৰাবাহিকভাৱে দ্বিতীয়খন মেচত বিজয়ী টীম ইণ্ডিয়া।
  • সোমবাৰে বাংলাদেশক ১৮ ৰানত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই।
  • টীম ইণ্ডিয়াই টছত হাৰি প্ৰথমে বেটিং কৰি ৬টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪২ ৰান।
  • ভাৰতৰ হৈ শ্বফালী বৰ্মাই সংগ্ৰহ কৰে সৰ্বাধিক ৩৯ৰান।
  • ইয়াৰ বিপৰীতে, নিৰ্ধাৰিত ২০ অভাৰত বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১২৪ ৰান।
  • ভাৰতৰ পুনম যাদৱে দখল কৰে ৩ টা উইকেট।
  • উল্লেখ্য যে, বিশ্বকাপত পৰৰ্ৱতী খেলখন ভাৰতে খেলিব নিউজিলেণ্ডৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in