শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

বুধবাৰে মোটেৰাত অনুষ্ঠিত হ’ব ভাৰত – ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট…

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত ইংলেণ্ডৰ মাজত তৃতীয় খন টেষ্ট খেল । আহমদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন । এই টেষ্ট খেলখন ভাৰতত অনুষ্ঠিত দ্বিতীয় খন দিবা-নৈশ টেষ্ট খেল হ’ব । ইফালে এই ক্ৰিকেট ষ্টেডিয়ামত স্পিনাৰে অধিক ভুমিকা লোৱাৰ সম্ভাৱনা আছে ।

ইংলেণ্ডৰ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল । টেষ্ট খেলখনত খেলিবলগীয়া সম্ভাৱনাপূৰ্ণ ভাৰতীয় দলটো হ’ল – ৰোহিত শৰ্মা, শুভমন গীল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী ( অধিনায়ক ) অজিংক্যা ৰাহানে, ঋষভ পন্ট,ৰবিচন্দ্ৰন অশ্চিন, অক্ষৰ পেটেল, জশপ্ৰীত বুমৰাহ,উমেশ যাদৱ, ইশান্ত শৰ্মা ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি