বুধবাৰে মোটেৰাত অনুষ্ঠিত হ’ব ভাৰত – ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট…

বুধবাৰে মোটেৰাত অনুষ্ঠিত হ’ব ভাৰত – ইংলেণ্ডৰ মাজত দিবা-নৈশ টেষ্ট…

ডিজিটেল ডেস্ক : বুধবাৰৰ পৰা অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ মাজত তৃতীয় খন টেষ্ট খেল । আহমদাবাদৰ মোটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন । এই টেষ্ট খেলখন ভাৰতত অনুষ্ঠিত দ্বিতীয় খন দিবা-নৈশ টেষ্ট খেল হ'ব । ইফালে এই ক্ৰিকেট ষ্টেডিয়ামত স্পিনাৰে অধিক ভুমিকা লোৱাৰ সম্ভাৱনা আছে ।

ইংলেণ্ডৰ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল । টেষ্ট খেলখনত খেলিবলগীয়া সম্ভাৱনাপূৰ্ণ ভাৰতীয় দলটো হ'ল – ৰোহিত শৰ্মা, শুভমন গীল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলী ( অধিনায়ক ) অজিংক্যা ৰাহানে, ঋষভ পন্ট,ৰবিচন্দ্ৰন অশ্চিন, অক্ষৰ পেটেল, জশপ্ৰীত বুমৰাহ,উমেশ যাদৱ, ইশান্ত শৰ্মা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in