শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য…

2,745

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈছে সকলো। আৰক্ষী, চিকিৎসক তথা আন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েও ৰাজ্যখনত তৎপৰতাৰে কোৰোনা ভাইৰাছৰ বিৰদ্ধে থিয় দিছে। সেই সময়ত আৰক্ষীৰ পৰিয়ালৰ আন লোকসকলো পিছ পৰি থকা নাই।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গোপ্তাৰ জীয়াৰীকো দেখিবলৈ পোৱা গ’ল ব্যতিক্ৰম ৰূপত। মহানগৰীৰ বিভিন্ন প্ৰান্তত বিলালে খাদ্য সামগ্ৰী। এনেবোৰ দৃশ্যই এতিয়া সকলোকে উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি