শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ ৰাজ্যত পুনৰ কোৰোনাৰ প্ৰাদুৰ্ভাৱ, কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী…

  • দেশৰ ৫ ৰাজ্যত পুনৰ কোৰোনাৰ প্ৰাদুৰ্ভাৱ।
  • কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ সতৰ্কবাণী।
  • মহাৰাষ্ট্ৰ, কেৰেলা, পঞ্জাৱ, ছট্টিশগড়, আৰু মধ্য় প্ৰদেশত এই সংক্ৰমণ।
  • অসমৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা লোৱাৰ আহ্বান।
  • এই আহ্বান ৰাজ্যৰ মুখ্য সচিৱ জিষ্ণু বৰুৱাৰ।
  • উল্লেখ্য যে এই আটাইকেইখন ৰাজ্য বিৰোধী শাসিত ৰাজ্য।
  • ৰাজ্য কেইখনৰ পৰা সঘনাই নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে বিভিন্ন নেতা।
  • কংগ্ৰেছৰ বহু কেইজন হাইপ্ৰফাইল নেতাইয়ো শেহতীয়াকৈ অসমলৈ অহাৰ সম্ভাৱনা আছিল নিৰ্বাচনৰ প্ৰাকক্ষণত।
  • চৰকাৰৰ এই ঘোষণাৰ পিছতে ৰাজ্য তেওঁলোকৰ আহ-যাহত যে প্ৰতিবন্ধকতা আহি পৰিব সেয়া প্ৰায় নিশ্চিত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি