নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ ৰাজ্যত পুনৰ কোৰোনাৰ প্ৰাদুৰ্ভাৱ, কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী…

নিৰ্বাচনৰ প্ৰাকক্ষণত ৫ ৰাজ্যত পুনৰ কোৰোনাৰ প্ৰাদুৰ্ভাৱ, কেন্দ্ৰৰ বিশেষ সতৰ্কবাণী…
  • দেশৰ ৫ ৰাজ্যত পুনৰ কোৰোনাৰ প্ৰাদুৰ্ভাৱ।
  • কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিশেষ সতৰ্কবাণী।
  • মহাৰাষ্ট্ৰ, কেৰেলা, পঞ্জাৱ, ছট্টিশগড়, আৰু মধ্য় প্ৰদেশত এই সংক্ৰমণ।
  • অসমৰ ক্ষেত্ৰতো বিশেষ সতৰ্কতা লোৱাৰ আহ্বান।
  • এই আহ্বান ৰাজ্যৰ মুখ্য সচিৱ জিষ্ণু বৰুৱাৰ।
  • উল্লেখ্য যে এই আটাইকেইখন ৰাজ্য বিৰোধী শাসিত ৰাজ্য।
  • ৰাজ্য কেইখনৰ পৰা সঘনাই নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে বিভিন্ন নেতা।
  • কংগ্ৰেছৰ বহু কেইজন হাইপ্ৰফাইল নেতাইয়ো শেহতীয়াকৈ অসমলৈ অহাৰ সম্ভাৱনা আছিল নিৰ্বাচনৰ প্ৰাকক্ষণত।
  • চৰকাৰৰ এই ঘোষণাৰ পিছতে ৰাজ্য তেওঁলোকৰ আহ-যাহত যে প্ৰতিবন্ধকতা আহি পৰিব সেয়া প্ৰায় নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in