ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন…

ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন…
  • ৰাজ্যত আকৌ ২০৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৪১৭১জনলৈ বৃদ্ধি।
  • ইফালে, সুস্থ হৈছে ২৯৬১জন লোক।
  • ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৮৫৭৫২জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ১৭৫১০জন ৰোগী।
  • উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত বৰ্তমানলৈ মৃত্যু হৈছে ৯০৬জন লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in