কোভিড-১৯ৰ আপডেটঃ শনিবাৰে নতুনকৈ আক্ৰান্ত ১৭৩৬ আৰু সুস্থ ১৫৯৫…

কোভিড-১৯ৰ আপডেটঃ শনিবাৰে নতুনকৈ আক্ৰান্ত ১৭৩৬ আৰু সুস্থ ১৫৯৫…
  • ৰাজ্যত শনিবাৰে আকৌ ১৭৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৩৮৭গৰাকী কামৰূপ মেট্ৰ, ১৪৫গৰাকী যোৰহাট, ১৩০গৰাকী ডিব্ৰুগড়ৰ।
  • উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ ১৬৯১১০জন হৈছেগৈ।
  • ইফালে, দিনটোত এই ভাইৰাছৰ আক্ৰান্ত হৈ সুস্থও হৈছে ১৫৯৫জন লোক।
  • তাৰপাছতে সুস্থ হৈ ঘৰলৈ যোৱা লোকসকলৰ সংখ্যা ১৩৮৩০৭জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩০১৬২জন।
  • আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩৮জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in