ৰাজ্যৰ মাত্ৰ এখন জিলাত ৩ জন কোভিডত আক্ৰান্তঃ শেষ হোৱাৰ দিশে সংক্ৰমণ…

ৰাজ্যৰ মাত্ৰ এখন জিলাত ৩ জন কোভিডত আক্ৰান্তঃ শেষ হোৱাৰ দিশে সংক্ৰমণ…
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৩ জন লোক।
  • এই সময়ছোৱাত মুঠ ২,৪৯৬ গৰাকী লোকৰ দেহত কৰা হৈছিল কোভিডৰ পৰীক্ষা।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.১২ শতাংশ।
  • বৰ্তমান ৰাজ্যত কোভিডৰ সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ৪৭ গৰাকী।
  • বিগত ২৪ ঘণ্টাত একমাত্ৰ শোণিতপুৰ জিলাতেই ৩ গৰাকী লোকৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে।
  • শোণিতপুৰক বাদ দি অন্যান্য জিলাসমূহত এজনো লোকৰ দেহত ধৰা পৰা নাই কোভিড।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in