ৰাজ্যৰ শেহতীয়াকৈ ৩ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি….

ৰাজ্যৰ শেহতীয়াকৈ ৩ জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ উপস্থিতি….
  • ৰাজযত বিগত ২৪ ঘণ্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩ গৰাকী লোক।
  • এই সময়ছোৱাত মুঠ ৩,৪০৮ গৰাকী লোকৰ দেহত কোভিডৰ পৰীক্ষা কৰোৱা হৈছিল।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.০৯ শতাংশ।
  • বৰপেটা জিলাত ২ জন আৰু কামৰূপ মহানগৰ জিলাত ১ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে।
  • আনহাতে ৰাজ্যৰ ক'তো কোভিড ৰোগীৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহা নাই।
  • বৰ্তমান ৰাজ্যত মাত্ৰ ৬৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in