পুনৰ কোভিড-১৯ত আক্ৰান্ত ৩ জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যুৰ সংখ্যা শতাধিকলৈ বৃদ্ধি…

পুনৰ কোভিড-১৯ত আক্ৰান্ত ৩ জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যুৰ সংখ্যা শতাধিকলৈ বৃদ্ধি…
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৩জন লোকে হেৰুৱালে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- মৰ্ণিং ফহলেং, লীলা প'ল আৰু হীৰামন ঠাকুৰ।
  • ৰাজ্যত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০১জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in