কোৰোনাত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস,সংকটজনক অবস্থাত চিকিৎসালয়ত ভৰ্তি…

কোৰোনাত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস,সংকটজনক অবস্থাত চিকিৎসালয়ত ভৰ্তি…
  • কোভিডত আক্ৰান্ত কণ্ঠশিল্পী ভিতালী দাস ।
  • মহানগৰীৰ কালাপাহাৰ স্থিতি কোভিড হস্পিতালত ভৰ্তি কণ্ঠশিল্পী গৰাকীক ।
  • বৰ্তমান আইচিউত চিকিৎসাধীন হৈ আছে কণ্ঠ শিল্পী গৰাকী ।
  • কণ্ঠশিল্পী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
  • ৰাজ্যত মঙলবাৰে ১৬৫১ জন লোক কোভিডত আক্ৰান্ত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in