অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া কোভিড পজিটিভ…

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া কোভিড পজিটিভ…
  • অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া কোভিড পজিটিভ।
  • শেহতীয়াকৈ তেওঁৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • বৰ্তমান শৰীৰৰ অৱস্থা সুস্থিৰ সভাপতিগৰাকীৰ।
  • উল্লেখ্য যে, কিছুসময়ৰ পূৰ্বে অখিল গগৈৰ পত্নী-পুত্ৰও আক্ৰান্ত হৈছে কোৰোনাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in