নাৰায়নপুৰত পলায়ন কোভিড ৰোগীৰ, আৰক্ষীয়ে কৰিলে আটক…

নাৰায়নপুৰত পলায়ন কোভিড ৰোগীৰ, আৰক্ষীয়ে কৰিলে আটক…
  • নাৰায়ণপুৰত কোভিড প'জিটিভ ৰোগীৰ পলায়নৰ ঘটনা ।
  • ধলপুৰ চিকিৎসালয়ত ক'ভিড টেষ্ট কৰাৰ পিছতে পলায়ন কৰে ৰূপতলিৰ ডিম্বলতা দাস নামৰ মহিলা গৰাকীয়ে ।
  • পৰৱৰ্তী সময়ত ধলপুৰ আৰক্ষীৰ এটা দলে আটক কৰে মহিলা গৰাকীক ।
  • আনহাতে নাৰায়ণপুৰত মংগলবাৰে ৪৭ গৰাকীলৈ বৃদ্ধি পালে ক'ভিড ৰোগীৰ সংখ্যা ।
  • মঙল বাৰৰ দিনটোত ৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ।
  • নাৰায়ণপুৰৰ ৰাহুল মণ্ডল,বৰদেউৰী গাঁৱৰ প্ৰসন্ন দেউৰী আৰু ৰূপতলিৰ ডিম্বলতা দাস নামৰ মহিলা গৰাকীৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ ।
  • সোমবাৰৰ দিনটোলৈকে নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত ৪৪ গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in