শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

নাৰায়নপুৰত পলায়ন কোভিড ৰোগীৰ, আৰক্ষীয়ে কৰিলে আটক…

  • নাৰায়ণপুৰত কোভিড প’জিটিভ ৰোগীৰ পলায়নৰ ঘটনা ।
  • ধলপুৰ চিকিৎসালয়ত ক’ভিড টেষ্ট কৰাৰ পিছতে পলায়ন কৰে ৰূপতলিৰ ডিম্বলতা দাস নামৰ মহিলা গৰাকীয়ে ।
  • পৰৱৰ্তী সময়ত ধলপুৰ আৰক্ষীৰ এটা দলে আটক কৰে মহিলা গৰাকীক ।
  • আনহাতে নাৰায়ণপুৰত মংগলবাৰে ৪৭ গৰাকীলৈ বৃদ্ধি পালে ক’ভিড ৰোগীৰ সংখ্যা ।
  • মঙল বাৰৰ দিনটোত ৩ গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ।
  • নাৰায়ণপুৰৰ ৰাহুল মণ্ডল,বৰদেউৰী গাঁৱৰ প্ৰসন্ন দেউৰী আৰু ৰূপতলিৰ ডিম্বলতা দাস নামৰ মহিলা গৰাকীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ।
  • সোমবাৰৰ দিনটোলৈকে নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত ৪৪ গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰছিল ।