আহি আছে কোভিডৰ নতুন প্ৰট’ক’ল…

আহি আছে কোভিডৰ নতুন প্ৰট’ক’ল…
  • ৰাজ্যত শিথিল হ'ব কোভিড প্ৰট'ক'ল।
  • ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই নিশা ১১ বজাৰ পৰা জাৰি হোৱাৰ সম্ভাৱনা কাৰ্ফিউ।
  • পুনৰ আৰম্ভ হ'ব শিক্ষানুষ্ঠান সমূহত পাঠদান।
  • অচিৰেই ৰাজ্য চৰকাৰে প্ৰকাশ কৰিব কোভিডৰ নতুন এছ অ' পি।
  • ৰাজ্যত এতিয়াও কোভিড সংক্ৰমণ হ্ৰাস পোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in