হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ

হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ
  • হোমেন বৰগোহাঁঞিৰ কোভিড ৰিজাল্ট নিগেটিভ।
  • RTPCR ফলাফল নিগেটিভ আহিছে তেওঁৰ।
  • কোভিডৰ সময়ত তেওঁক প্ৰদান কৰা বিভিন্ন ভেকচিনে পাশ্বক্ৰিয়া কৰাৰ কথা কলে চিকিতসকে।
  • উল্লেখ্য যে, প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
  • সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা· ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷
  • তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in