ৰাজ্যত পুনৰ এজন কোৰোনা আক্ৰান্তৰ মৃত্যু…

ৰাজ্যত পুনৰ এজন কোৰোনা আক্ৰান্তৰ মৃত্যু…
  • ৰাজ্যত আৰু এজন কোৰোনা আক্রান্তৰ মৃত্যু।
  • কোকৰাঝাৰত মৃত্যু ক'ভিড আক্রান্ত তপন দাসৰ।
  • মাজনিশা চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক।
  • দেওবাৰে পুৱা ৪ বজাত মৃত্যু তপন দাসৰ।
  • কৰ্কট ৰোগত আক্রান্ত আছিল ৫৬ বৰ্ষীয়া ব্যক্তিজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in