মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাঃ ৰাজ্যবাসীৰ বাবে বিনামূলীয়া কোভিড ভেকচিন…

মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণাঃ ৰাজ্যবাসীৰ বাবে বিনামূলীয়া কোভিড ভেকচিন…

ডিজিটেল ডেস্কঃ ১৬ জানুৱাৰী পৰা সমগ্ৰ দেশত আগশাৰীৰ কোৰোনা যোদ্ধাসকলক প্ৰদান কৰা হব কোৰোনা ভেকচিন। এই ভেকচিন ৰাজ্যবাসীক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হব বুলি শেহতীয়াকৈ আনুুষ্ঠানিক ঘোষণা কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। উল্লেখ্য যে, দেশৰ প্ৰায় ৩কোটি আগশাৰীৰ কোৰোনা যোদ্ধাক প্ৰথমে প্ৰদান কৰা হব কোৰোনা ভেকচিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in