কোভিড-১৯ঃ ৰাজ্যত পুনৰ দুজন লোকে হেৰুৱালে প্ৰাণ…

কোভিড-১৯ঃ ৰাজ্যত পুনৰ দুজন লোকে হেৰুৱালে প্ৰাণ…

  • ৰাজ্যত মঙলবাৰে কোৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু।
  • মৃত্যু হোৱা লোক দুজন ক্ৰমে কামৰূপ মহানগৰৰ দুলুৰাণী সৰকাৰ আৰু হেমন্ত বুঢ়াগোঁহাই।
  • দুয়োকে জিএমচিএইচত ভৰ্তি কৰা হৈছিল।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in