শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত কোৰোনাত!

ডিজিটেল ডেস্কঃ কোৰোনাৰ দ্বিতীয় ঢৌত প্ৰায় বিধ্বস্ত হৈছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত হৈছে কোৰোনাত।

এই পৰিস্থিতিৰ ওপৰত চকু ৰাখি উচ্চতম ন্যায়ালয়ৰ শুনানি এতিয়াৰে পৰা ঘৰৰ পৰাই ভিডিঅ কনফাৰেন্সিং জৰিয়তে প্ৰদান কৰিব ন্যায়াধীশ সকলে। ইয়াৰ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ চৌহদত চেনিটাইজৰ ব্যৱস্থাও কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি