উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত কোৰোনাত!

উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত কোৰোনাত!

ডিজিটেল ডেস্কঃ কোৰোনাৰ দ্বিতীয় ঢৌত প্ৰায় বিধ্বস্ত হৈছে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, উচ্চতম ন্যায়ালয়ৰ ৫০শতাংশৰো অধিক কৰ্মচাৰী আক্ৰান্ত হৈছে কোৰোনাত।

এই পৰিস্থিতিৰ ওপৰত চকু ৰাখি উচ্চতম ন্যায়ালয়ৰ শুনানি এতিয়াৰে পৰা ঘৰৰ পৰাই ভিডিঅ কনফাৰেন্সিং জৰিয়তে প্ৰদান কৰিব ন্যায়াধীশ সকলে। ইয়াৰ সমান্তৰালভাৱে উচ্চতম ন্যায়ালয়ৰ চৌহদত চেনিটাইজৰ ব্যৱস্থাও কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in