কোভিড-১৯ঃ হায়াট হাস্পতালত মৃত্যু ডিফুৰ শিক্ষক বেঞ্জামিন টেৰঙৰ…

কোভিড-১৯ঃ হায়াট হাস্পতালত মৃত্যু ডিফুৰ শিক্ষক বেঞ্জামিন টেৰঙৰ…
  • ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বেঞ্জামিন টেৰঙৰ মৃত্যু।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰধান শিক্ষকগৰাকীৰ।
  • শুকুৰবাৰৰ পুৱতি নিশা গুৱাহাটীৰ হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • উল্লেখ্য যে, কোভিড পজিটিভ ধৰা পৰাৰ পাছত ১ আগষ্টক তেওঁক ভৰ্তি কৰা হৈছিল ডিফু মেডিকেল কলেজ হাস্পতালৰ কোভিড চিকিৎসালয়ত।
  • তাৰপাছত উন্নত চিকিৎসাৰ বাবে তেওঁক লৈ অহা হৈছিল হায়াট হাস্পতাললৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in