শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কোভিড-১৯ঃ হায়াট হাস্পতালত মৃত্যু ডিফুৰ শিক্ষক বেঞ্জামিন টেৰঙৰ…

132
  • ডিফু বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বেঞ্জামিন টেৰঙৰ মৃত্যু।
  • কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰধান শিক্ষকগৰাকীৰ।
  • শুকুৰবাৰৰ পুৱতি নিশা গুৱাহাটীৰ হায়াট হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • উল্লেখ্য যে, কোভিড পজিটিভ ধৰা পৰাৰ পাছত ১ আগষ্টক তেওঁক ভৰ্তি কৰা হৈছিল ডিফু মেডিকেল কলেজ হাস্পতালৰ কোভিড চিকিৎসালয়ত।
  • তাৰপাছত উন্নত চিকিৎসাৰ বাবে তেওঁক লৈ অহা হৈছিল হায়াট হাস্পতাললৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি