সুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭১৫জন হৈছে সুস্থ…

সুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৭১৫জন হৈছে সুস্থ…
  • ৰাজ্যত বুধবাৰে কোৰোনাত আক্ৰান্ত ৭১৫জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।
  • অসমত ১২৮৮৮জনলৈ বৃদ্ধি পাইছে সুস্থ হোৱা লোকৰ সংখ্যা।
  • ইফালে, চিকিৎসাধীন হৈ আছে ৫৭২৭জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in