ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু এগৰাকী লোকৰ মৃত্যু…

ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু এগৰাকী লোকৰ মৃত্যু…
  • মৰিগাঁও জিলাৰ ভূৰাগাওঁ থানাৰ অন্তৰ্গত বৰডোৱা টুপ গাৱঁৰ ( কালীবাৰী) সত্যচৰণ বিশ্বাসৰ কোৰোনাত মৃত্যু ৷
  • মৃত্যুৰ পিছত কৰা পৰীক্ষাত পজিটিভ বুলি ধৰা পৰে ৷
  • মৃত লোকজনৰ বয়স আছিল ৭৫ বছৰ ৷
  • বিশ্বাস কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ ঘৰতে আছিল ৷
  • আজি ৰাতি পুৱা ৪বজাত নিজ গৃহতেই মৃত্যু হয় লোকজনৰ৷
  • তেওঁ ভূৰাগাঁও হৰিচৰণ সৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in