সাৱধান! কোভিড এতিয়াও শেষ হোৱা নাই, আঁতৰা নাই শংকা…

সাৱধান! কোভিড এতিয়াও শেষ হোৱা নাই, আঁতৰা নাই শংকা…
  • কোৰোনাক লৈ ১৩ ৰাজ্যলৈ হাইএলাৰ্ট।
  • আকৌ বৃদ্ধি পাইছে মৃত্যুৰ হাৰ।
  • কোভিডে পুনৰ ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই দিছিল সাৱধানবাণী।
  • নতুন কোভিড ষ্টেইন ধৰা পৰাৰ পাছতে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।
  • দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে নতুন প্ৰজাতিৰ কোভিড ভাইৰাছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in