ৰাজ্যত ৩০৫৪জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১,১৮,৩৩৩জনলৈ বৃদ্ধি…

ৰাজ্যত ৩০৫৪জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১,১৮,৩৩৩জনলৈ বৃদ্ধি…
  • অসমত বৃহস্পতিবাৰে ৩০৫৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৭৩৫জন কামৰূপ মেট্ৰ, ১৯৮জন ডিব্ৰুগড়, ১৯২জন কাছাৰ আৰু ১৭৬জন হোজাইৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ১১৮৩৩৩জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, চিকিৎসাধীন হৈ আছে ২৯২৭৪জন ৰোগী।
  • আনহাতে, সুস্থ হোৱা লোকৰ সংখ্যা ৮৮৭২৬জনলৈ পাইছে বৃদ্ধি।
  • এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩০জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in