ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত এহাল দম্পত্তি

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত নিহত এহাল দম্পত্তি
  • ওদালগুৰিত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি।
  • বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এহাল দম্পত্তিৰ।
  • মঙলবাৰে নিশা ঘটনাটি সংঘটিত হয় হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত ৪ নম্বৰ বনগ্ৰোম গাঁৱত।
  • নিশা প্ৰায় ১১ বজাত শুই থকা অৱস্থাত হাতীৰ আক্ৰমণত নিহত হয় বলমদিনা ওৰাং(৫৫)।
  • লগতে গুৰুত্বৰ ভাৱে আহত হয় স্বামী ইলচু ওৰাং(৫৯)।
  • আহত স্বামী ইলচু ওৰাঙক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ নি থকা অৱস্থাত বুধবাৰে পুৱা মৃত্যু ঘটে।
  • মৃতদেহ হৰিশিঙা আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in