শেহতীয়া খবৰ
১৭ দিনৰ অন্তত 'Tanhaji'ৰ উপাৰ্জন...  •  আনন্দৰ বন্যা বি টি আৰতঃ বড়ো শান্তি চুক্তিত অগ্ৰণী ভূমিকা লোৱা হাগ্ৰামা মহিলাৰীক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ...VIDEO  •  অভয়াপুৰীত তীব্ৰবেগী চাৰিচকীয়া বাহনৰ সন্ত্ৰাস, মহতিয়াই নিলে দুখনকৈ দুচকীয়া বাহন...  •  নামতিত 'কা' বিৰোধী প্রথমখন প্রতিবাদী গাঁওসভাত চৰকাৰক তীক্ষ্ণ সমালোচনা আছুৰ...  •  বড়ো চুক্তিক লৈ ওদালগুৰিৰ ভিন্ন প্ৰান্তত আবতৰীয়া দিপাৱলী, আনফালে চুক্তিৰ বিৰোধিতাৰে আহ্বান জনোৱা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ...  •  সম্প্ৰীতিৰ এনাজৰীঃ শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত শ্ৰমদান শ শ মুছলমানধৰ্মী লোকৰ...VIDEO  •  নলবাৰীৰ জ্ঞানদ্বীপ জাতীয় একাডেমীৰ বাৰ্ষিক উৎসৱৰ সামৰণি...  •  আদনান ছামীক পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো দেশৰ ১৩০ কোটি জনতাৰ অপমান, ‘জয় মোডী’ জপ কৰিলেই আজিকালি নাগৰিকত্ব পাব পাৰে কোনো পাকিস্তানীয়েঃ এনচিপি  •  প্ৰেমৰ অপূৰ্ব নিদৰ্শন তাজমহলৰ সৌন্দৰ্য্য পান কৰি অভিভূত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি…  •  কাশ্মীৰৰ বিজবেহাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...

বৃদ্ধি পালে জিএছটিৰ পৰা সংগৃহীত ৰাজহ…

146
  • দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আহিল এক ভাল খবৰ।
  • যোৱা দুটা মাহে দেশৰ অৰ্থনীতি লেহেমীয়া গতিৰে আগবাঢিছে যদিও, ১ লাখ কোটিৰো অধিক জিএছটি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।
  • মুঠ ১,০৩,৪৯২ কোটি টকা জিএছটি সংগ্ৰহ কৰিছে চৰকাৰে।
  • উল্লেখ্য যে, চিজিএছটিৰ পৰিমান ১৯,৫৯২ কোটি, এছজিএছটি ২৭,১৪৪ কোটি আৰু আই জি এছ টি ৰাজহ সংগ্ৰহ কৰা হৈছে ৪৯,০২৮ কোটি টকা।
  • লগতে ছেছ (উপকৰ) সংগ্ৰহ কৰা হৈছে ৭,৭২৭ কোটি টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি