বৃদ্ধি পালে জিএছটিৰ পৰা সংগৃহীত ৰাজহ…

বৃদ্ধি পালে জিএছটিৰ পৰা সংগৃহীত ৰাজহ…

  • দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আহিল এক ভাল খবৰ।
  • যোৱা দুটা মাহে দেশৰ অৰ্থনীতি লেহেমীয়া গতিৰে আগবাঢিছে যদিও, ১ লাখ কোটিৰো অধিক জিএছটি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।
  • মুঠ ১,০৩,৪৯২ কোটি টকা জিএছটি সংগ্ৰহ কৰিছে চৰকাৰে।
  • উল্লেখ্য যে, চিজিএছটিৰ পৰিমান ১৯,৫৯২ কোটি, এছজিএছটি ২৭,১৪৪ কোটি আৰু আই জি এছ টি ৰাজহ সংগ্ৰহ কৰা হৈছে ৪৯,০২৮ কোটি টকা।
  • লগতে ছেছ (উপকৰ) সংগ্ৰহ কৰা হৈছে ৭,৭২৭ কোটি টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in