কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা : দুই হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘৰ্ষ, কেইবাজনো আহত, বিভিন্ন সামগ্ৰী ধ্বংস….

কটন বিশ্ববিদ্যালয়ত নিৰ্বাচনোত্তৰ হিংসা : দুই হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘৰ্ষ, কেইবাজনো আহত, বিভিন্ন সামগ্ৰী ধ্বংস….
  • কটন বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক হিংসা।
  • সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেল আৰু মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেলৰ মাজত মাৰপিটৰ ঘটনা।
  • উদণ্ড ছাত্ৰই ভাঙি লণ্ডমভণ্ড কৰিলে হোষ্টেলৰ বিভিন্ন সামগ্ৰী।
  • হোষ্টেলৰ খাদ্যগৃহৰ লগতে ৰান্ধনীগৃহত চলালে উপদ্ৰব।
  • হোষ্টেলৰ টেবুল, চকীকে ধৰি বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিলে উদণ্ড ছাত্ৰই।
  • এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে।
  • নিশাই ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত ছাত্ৰক জি এম চিলৈ প্ৰেৰণ।
  • উদণ্ড ছাত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে।
  • আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ জোৱানলৈও শিলগুটি নিক্ষেপ একাংশৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in