মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটনিয়ানৰ এজাহাৰ দাখিল…

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটনিয়ানৰ এজাহাৰ দাখিল…
  • মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটনিয়ানৰ এজাহাৰ।
  • পাণবজাৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ।
  • চলিত শীতকালীন অধিৱেশনত অসম বিধানসভাৰ মজিয়াত 'জয় বাংলাদেশ' বুলি মন্তব্য কৰাক লৈ উদ্বিগ্ন প্ৰকাশ কটনিয়ানৰ।
  • বিতৰ্কিত মন্তব্যই অসমত জাতিগত আৰু ভাষিক বিভাজনৰ সৃষ্টি কৰি সম্প্ৰীতিৰ পৰিৱেশ নষ্ট কৰিব বুলি উল্লেখ এজাহাৰত।
  • ভাৰতীয় দণ্ডবিধিৰ 153(A) ধাৰাৰ অধীনত অচিৰেই শৰ্মাক গ্ৰেপ্তাৰৰ দাবী কৰিলে কটনিয়ানে।
  • ৬জন শিক্ষাৰ্থীৰ স্বাক্ষৰ আছে এজাহাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in