শেহতীয়া খবৰ
অসহ্যকৰ! ৰহাত পৰিয়ালকেন্দ্ৰীক ঘটনাৰ তদন্তৰ বাবে যোৱা আৰক্ষী বিষয়াক বান্ধি প্ৰহাৰ, প্ৰাণ লোৱাৰ চেষ্টা বোৱাৰীক অত্যাচাৰৰ অভিযুক্তৰ, VIDEO  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন? পঢ়ক সৱিশেষ...  •  আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  কেনেকৈ ক্ৰয় কৰিব ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ টিকট, মূল্য শুনিলেই আচৰিত হ'ব আপুনি...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটনিয়ানৰ এজাহাৰ দাখিল…

2,911
  • মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটনিয়ানৰ এজাহাৰ।
  • পাণবজাৰ আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ।
  • চলিত শীতকালীন অধিৱেশনত অসম বিধানসভাৰ মজিয়াত ’জয় বাংলাদেশ’ বুলি মন্তব্য কৰাক লৈ উদ্বিগ্ন প্ৰকাশ কটনিয়ানৰ।
  • বিতৰ্কিত মন্তব্যই অসমত জাতিগত আৰু ভাষিক বিভাজনৰ সৃষ্টি কৰি সম্প্ৰীতিৰ পৰিৱেশ নষ্ট কৰিব বুলি উল্লেখ এজাহাৰত।
  • ভাৰতীয় দণ্ডবিধিৰ 153(A) ধাৰাৰ অধীনত অচিৰেই শৰ্মাক গ্ৰেপ্তাৰৰ দাবী কৰিলে কটনিয়ানে।
  • ৬জন শিক্ষাৰ্থীৰ স্বাক্ষৰ আছে এজাহাৰত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি