শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ…

254

ডিজিটেল ডেস্কঃ কোৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান কটন বিশ্ববিদ্যালয়ৰ। বিজ্ঞান আৰু কলা শাখাৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে। SEBAৰ অধীনত উত্তীৰ্ণ শিক্ষাৰ্থীয়ে aaneswan.sebaonline.orgত কৰিব লাগিব আবেদন। আবেদন দাখিলৰ অন্তিম দিন ১৫ জুলাই নিৰ্ধাৰণ কৰা হৈছে। CBSE, আন বৰ্ডৰ অধীনত উত্তীৰ্ণ সকলৰ বাবেও অচিৰেই ৱেবছাইট মুকলি কৰিব কটন বিশ্ববিদ্যালয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি