লাভলীনাৰ খেল চলি থাকোতেই মঙলদৈত ঘোচ লৈ গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া..

লাভলীনাৰ খেল চলি থাকোতেই মঙলদৈত ঘোচ লৈ গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া..
  • ঘোচ লৈ মঙলদৈত হাতে-লোটে গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া।
  • গ্ৰেপ্তাৰ হোৱা মহিলা কৃষি উন্নয়ন বিষয়াগৰাকীৰ নাম জ্যোতিৰেখা দাস।
  • এখন স্কুটিৰে আহি মঙলদৈ চহৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
  • উপভোক্তাৰ পৰা ৫০ হাজাৰ টকা গ্ৰহণ কৰোতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় তেওঁ।
  • দুৰ্নীতি অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
  • ইতিমধ্যে ঘোচ লোৱা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে বিষয়াসকলে লৈ গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in