শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

লাভলীনাৰ খেল চলি থাকোতেই মঙলদৈত ঘোচ লৈ গ্ৰেপ্তাৰ মহিলা কৃষি বিষয়া..

  • ঘোচ লৈ মঙলদৈত হাতে-লোটে গ্ৰেপ্তাৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া।
  • গ্ৰেপ্তাৰ হোৱা মহিলা কৃষি উন্নয়ন বিষয়াগৰাকীৰ নাম জ্যোতিৰেখা দাস।
  • এখন স্কুটিৰে আহি মঙলদৈ চহৰৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
  • উপভোক্তাৰ পৰা ৫০ হাজাৰ টকা গ্ৰহণ কৰোতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় তেওঁ।
  • দুৰ্নীতি অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ বিষয়াগৰাকী।
  • ইতিমধ্যে ঘোচ লোৱা বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰাৰ বাবে বিষয়াসকলে লৈ গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি