COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ…

COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ…

সময়ঃ ৩ এপ্ৰিল২০২০ৰ নিশা ১২ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৮১,৮০ জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ,১৩৬জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৬৮১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৬৬,২৫৯জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 আমেৰিকাঃ ৬,৮০৩জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২২জন।
• স্পেইনঃ ১০,৯৩৫জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৬৫০৭জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ৪০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৩৪জন।
• গ্ৰীচঃ ৫৯জন।
• জাপানঃ ৬৩জন।
• ভাৰতঃ ৮৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩১০৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৮৬জন।

ৰাজ্যজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৩
  • মহাৰাষ্ট্ৰঃ ৪৯০
  • কেৰালাঃ ২৯৫
  • তামিলনাডুঃ ৪১১
  • দিল্লীঃ ৩৮৬
  • অন্ধ্ৰপ্ৰদেশঃ ১৬৪
  • ৰাজস্থানঃ ১৭৯
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ১৭৪
  • কৰ্ণাটকঃ ১২৮
  • মধ্যপ্ৰদেশঃ ১৫৪
  • গুজৰাটঃ ৯৫
  • জম্মু-কাশ্মীৰঃ ৭৫
  • পঞ্জাৱঃ ৫৩
  • হাৰিয়ানাঃ ৫৮
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১৬
  • গোৱাঃ ৬
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in